New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/ekobord-flat-IMG_7820.jpg)
- ঘৰ বা ফ্লেট ক্ৰয় কৰা সকলৰ বাবে এক সুখবৰ।
- কেন্দ্ৰীয় চৰকাৰে ফ্লেট ক্ৰয়ৰ জি এছ টি ৮ শতাংশৰ পৰা হ্ৰাস কৰি কৰা হ'ল ১ শতাংশ।
- আনহাতে ৬০ বৰ্গ মিটাৰ আয়তনৰ ৪৫ লাখ টকাৰ অধিক মূল্যৰ ফ্লেটৰ জি এছ টি বৰ্তমানৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস ।
- ঘৰ ক্ৰয় কৰিব খোজা গ্ৰাহকক সকাহ দিয়াৰ দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে জি এছ টি পৰিষদে।