New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/gold3-ktUB-621x414@LiveMint.jpg)
- সোণ-ৰূপৰ মূল্যবৃদ্ধি অব্যাহত।
- মঙলবাৰেও বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য।
- প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ১২৫ টকা।
- বৰ্তমান ১০ গ্ৰাম সোণৰ মূল্য ৩৩,৩২৫ টকা।
- ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যও।
- প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ২৫০ টকাকৈ।
- বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৩৯,৮৫০ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us