অর্থনীতি ৰাষ্ট্ৰীয় পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক asomiyapratidin 30 Dec 2018 17:28 IST Follow UsNew Updateবৃদ্ধি পালে সোণ-ৰূপৰ দাম ।প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৫৪০ টকাকৈ।প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ'লগৈ ৩২,৬৪০ টকা।ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে ১৪২৫ টকাকৈ।বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৩৯,২২৫ টকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক