হ্ৰাস পালে সোণ-ৰূপৰ মূল্য

হ্ৰাস পালে সোণ-ৰূপৰ মূল্য

author-image
asomiyapratidin
New Update
সোণ-ৰূপৰ গহনা ক্ৰয় কৰাৰ আগতে পঢ়ক…

  • দেশত হ্ৰাস পালে সোণ-ৰূপৰ মূল্য।
  • প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৯০ টকাকৈ।
  • আনহাতে প্ৰতিকেজি ৰূপত হ্ৰাস পালে ৬০০ টকাকৈ ।
  • কিছুদিনৰ পূৰ্বেও প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পাইছিল ৯০ টকাকৈ।