ভাল খবৰঃ হ্ৰাস পালে….

ভাল খবৰঃ হ্ৰাস পালে….

author-image
asomiyapratidin
New Update
নিবনুৱাসকলৰ বাবে সুখবৰঃ ডাক বিভাগত ওলাইছে চাকৰি…

ডিজিটেল ডেস্কঃ সপ্তাহটোৰ প্ৰথমটোৰ দিনটোতে এটা ভাল খবৰ। সোমবাৰে সমগ্ৰ দেশত হ্ৰাস পালে সোণ-ৰূপৰ মূল্য। প্ৰতি ১০ গ্ৰাম সোণত ১৬৬ টকাকৈ হ্ৰাস পোৱাৰ সমান্তৰালভাৱে প্ৰতি কিলো ৰূপত ৪০২ টকাকৈ হ্ৰাস পাইছে। সোমবাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৮,৭৭০ টকাৰ পৰা ৩৮,৬০৪ টকালৈ হ্ৰাস পোৱাৰ লগতে প্ৰতি কেজিত ৰূপৰ মূল্য ৪৫,৫৮০ টকাৰ পৰা হ্ৰাস পাই হৈছেগৈ ৪৫,১৭৮ টকা।