সোণ-ৰূপৰ গহণাই কন্দোৱাব আপোনাক!

সোণ-ৰূপৰ গহণাই কন্দোৱাব আপোনাক!

author-image
asomiyapratidin
New Update
সোণ-ৰূপৰ গহনা ক্ৰয় কৰাৰ আগতে পঢ়ক…

  • বৃদ্ধি পালে সোণ-ৰূপৰ দাম ।
  • প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ১১০ টকাকৈ।
  • প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ'লগৈ ৩৩,৩০০ টকা।
  • ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।
  • প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে৩০০ টকাকৈ।
  • বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৪০,২০০ টকা ।