অর্থনীতি সুখবৰ, হ্ৰাস পালে সোণৰ মূল্য… সুখবৰ, হ্ৰাস পালে সোণৰ মূল্য… asomiyapratidin 01 Feb 2019 18:52 IST Follow UsNew Updateহ্ৰাস পালে সোণৰ মূল্য ।প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৭০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৪,০০০ টকা।আনহাতে বৃদ্ধি পালে ৰূপৰ মূল্য।প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ২০ টকাকৈ।বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,৩৫০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক