অর্থনীতি সোণ ক্ৰয় কৰিম বুলি ভাৱি থকা সকলৰ বাবে ভাল খবৰ… সোণ ক্ৰয় কৰিম বুলি ভাৱি থকা সকলৰ বাবে ভাল খবৰ… asomiyapratidin 12 Mar 2019 17:45 IST Follow UsNew Updateহ্ৰাস পালে সোণৰ মূল্য।প্ৰতি দহ গ্ৰাম সোণত হ্ৰাস পালে ১০০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৩, ১৫০ টকা।আনফালে বৃদ্ধি পালে ৰূপৰ মূল্য।প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ৫০ টকাকৈ।বৰ্তমান প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৩৯, ৫৮০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক