অর্থনীতি হ্ৰাস পালে সোণৰ মূল্য… হ্ৰাস পালে সোণৰ মূল্য… asomiyapratidin 02 Feb 2019 17:14 IST Follow UsNew Updateহ্ৰাস পালে সোণৰ মূল্য ।প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ১৪০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৩,৮৬০ টকা।আনহাতে বৃদ্ধি পালে ৰূপৰ মূল্য।প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ৩৬০ টকাকৈ।বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,৬৬০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক