অর্থনীতি মুখ্য-পৃষ্ঠা মহিলা সকলৰ বাবে এটা ভাল খবৰ… মহিলা সকলৰ বাবে এটা ভাল খবৰ… asomiyapratidin 06 May 2019 12:39 IST Follow UsNew Updateহ্ৰাস পালে সোণৰ মূল্য।প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ১৫০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩২, ৪৭০ টকা।আনহাতে স্থিৰাৱস্থাত ৰূপৰ মূল্য।প্ৰতিকেজি ৰূপৰ মূল্য ৩৭, ৭০০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক