/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/414876-gold-silver.jpg)
ডিজিটেল ডেস্কঃ সোণ বা ৰূপৰ গহনা ক্ৰয়ৰ কথা ভাৱি আছে নেকি? যদি ভাৱিছে তেন্তে কেইদিনমান অপেক্ষা কৰক, কিয়নো বিগত কেইটামান দিনত সোণ-ৰূপৰ দাম অতিপাত বৃদ্ধি পাইছে। যোৱা সপ্তাহত প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পাইছে ৭০০ টকাকৈ, ইয়াৰ বিপৰীতে প্ৰতি কেজি ৰূপত বৃদ্ধি পাইছে ১০০০ টকাকৈ। বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৮,৪৮৮ টকাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ৪৩,৯৩০ টকা।