পুনৰ বৃদ্ধি পালে সোণৰ মূল্য…

পুনৰ বৃদ্ধি পালে সোণৰ মূল্য…

author-image
asomiyapratidin
New Update
পুনৰ বৃদ্ধি পালে সোণৰ মূল্য…

  • ধাৰাবাহিকভাৱে দুদিন বৃদ্ধি পালে সোণৰ মূল্য।
  • বুধবাৰে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত বৃদ্ধি পালে ১২৫টকাকৈ।
  • আনহাতে, সোমবাৰেও প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পাইছিল ১৭৫টকাকৈ।
  • এতিয়া বজাৰত সোণৰ মূল্য প্ৰতি ১০গ্ৰামত ৩২,৪০০টকা।
  • ইয়াৰ বিপৰীতে কিন্তু স্থিৰ অৱস্থাত আছে ৰূপৰ মূল্য।
  • এতিয়া বজাৰত প্ৰতি কেজি ৰূপৰ মূল্য ৩৮হাজাৰ টকা।
  • আগন্তুক কেইটামান দিনৰ ভিতৰতে সোণৰ মূল্য আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।