হ্ৰাস পালে সোণৰ মূল্য…

হ্ৰাস পালে সোণৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে সোণৰ মূল্য…

  • হ্ৰাস পালে সোণৰ মূল্য।
  • প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৫০ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩২,৬৭০ টকা।
  • আনহাতে স্থিৰ মূল্যত আছে ৰূপৰ মূল্য।
  • প্ৰতি কেজি ৰূপৰ মূল্য ৩৭,৩৫০ টকা।