অর্থনীতি মুখ্য-পৃষ্ঠা হ্ৰাস পালে সোণ-ৰূপৰ মূল্য.. হ্ৰাস পালে সোণ-ৰূপৰ মূল্য.. asomiyapratidin 23 Aug 2019 23:42 IST Follow UsNew Updateশুকুৰবাৰে হ্ৰাস পালে সোণৰ মূল্য।প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ১৫০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৩৮,০১৫ টকা। ইফালে হ্ৰাস পালে ৰূপৰ মূল্যও।প্ৰতি কেজি ৰূপত হ্ৰাস পালে ১৯৬ টকা।প্ৰতি কেজি ৰূপত মূল্য হৈছে ৪৩,৭০০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক