অর্থনীতি মুখ্য-পৃষ্ঠা ভাল খবৰ, হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ভাল খবৰ, হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য asomiyapratidin 01 Aug 2019 10:12 IST Follow UsNew Updateৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস।ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য হ্ৰাস।প্ৰতিটো গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকা।ইফালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই।কিছুদিন পূৰ্বে হ্ৰাস পাইছিল চিলিণ্ডাৰৰ মূল্য।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক