জুলাইৰ প্ৰথম দিনটোতে জনতাৰ মুৰত মাধমাৰঃ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য…

জুলাইৰ প্ৰথম দিনটোতে জনতাৰ মুৰত মাধমাৰঃ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য…

author-image
asomiyapratidin
New Update
জুলাইৰ প্ৰথম দিনটোতে জনতাৰ মুৰত মাধমাৰঃ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য…

ডিজিটেল ডেস্কঃ জুলাই মাহৰ প্ৰথমটো দিনতে জনতাৰ মুৰত মাধমাৰ সোধাই বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বিনা ৰাজসাহায্যকৃত চিলিণ্ডাৰ দাম বৃদ্ধি কৰাৰ কথা ইতিমধ্যে আই অ চি এলৰ বেৱচাইটত উপলদ্ধ হৈছে। ১জুলাইৰে পৰা প্ৰযোজ্য হোৱাকৈ ১৯ কিঃগ্ৰাঃ আৰু ১৪.২কিঃমিঃ বিনা ৰাজসাহায্যকৃত চিলিণ্ডাৰৰ দাম ১১.৫০টকাকৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, যোৱা মে মাহত প্ৰতিখন ৰাজ্যত হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য। উল্লেখ্য যে, এইবাৰো বিভিন্ন ৰাজ্যত টেক্সৰ ওপৰত ভিত্তি কৰি কম-বেছি পৰিমাণে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য।