বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ।
  • শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮পইচাকৈ ।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২০ পইচাকৈ।
  • বৃহস্পতিবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৩৬ টকা।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.০২ টকা।