কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

author-image
asomiyapratidin
New Update
২০ লাখ কোটি টকীয়া পেকেজক লৈ ধাৰাবাহিকভাৱে তৃতীয় দিনাও সংবাদমেল বিত্তমন্ত্ৰীৰ…

  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।
  • কেইবাটাও গুৰুত্বপূ্ৰ্ণ কথা প্ৰকাশ।
  • কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ ঘোষণা।
  • ৮৬,৬০০ কোটি টকাৰ ৬৩ লাখ ঋণ কৃষি ক্ষেত্ৰত দিয়া হৈছে।
  • ১ মাৰ্চৰ পৰা ৩০ এপ্ৰিললৈকে এই সমূহ ঋণ দিয়া হৈছে।
  • মাৰ্চ, ২০২০ত NABARD সমবায় বেংক আৰু অঞ্চলিক গ্ৰাম্য বেংকৰ বাবে দিয়া ২৯,৫০০ কোটি টকাৰ ঋণ ৰিফাইনেন্স কৰা হৈছে।
  • গ্ৰাম্যখণ্ডত উন্নয়নৰ বাবে Rural Infrastructure Development Fund-ৰ আধাৰত ৰাজ্যসমূহলৈ ৪,২০০ কোটি টকা মুকলি কৰা হৈছে মাৰ্চ, ২০২০ত।
  • মাৰ্চ, ২০২০লৈকে ৬,৭০০ কোটি টকা ৰাজ্যসমূহৰ কৃষি ক্ষেত্ৰলৈ মুকলি কৰা হৈছে।