দেশৰ ৩ কোটি খেতিয়কলৈ ভাল খবৰ

দেশৰ ৩ কোটি খেতিয়কলৈ ভাল খবৰ

author-image
asomiyapratidin
New Update
দেশৰ ৩ কোটি খেতিয়কলৈ ভাল খবৰ

  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।
  • কেইবাটাও গুৰুত্বপূ্ৰ্ণ কথা প্ৰকাশ।
  • ৩ কোটি খেতিয়কক ৪ কোটি টকাৰ কৃষি ঋণ দিয়া হৈছিল।
  • ৩ মাহৰ বাবে পূৰ্বে সূত স্থগিত কৰা হৈছিল।
  • এই সময়সীমা বৃদ্ধি কৰা হৈছে ৩১ মে', ২০২০ লৈকে।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদৰি কৰিছে এই কথা।