New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/7eed3bb8-43cf-4f08-b0ff-bc707b7df13c.jpg)
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।
- কেইবাটাও গুৰুত্বপূ্ৰ্ণ কথা প্ৰকাশ।
- আজি আত্ম নিৰ্ভৰশীল ভাৰতৰ দ্বিতীয় পৰ্যায়।
- শ্ৰমিক, পদপথৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী ইত্যাদিৰ ওপৰত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ।
- ৯ টা বিষয়া উত্থাপন কৰা হ'ব আজি।
- মাইগ্ৰেন্ট শ্ৰমিকৰ বাবে ৩ টা ঘোষণা।
- এটা মূদ্ৰাৰ সৈতে শিশু ঋণ, এটা পথৰ ব্যৱসায়ীৰ বাবে, এটা হাউছিং, এটা ট্ৰাইবেলৰ বাবে এম্প্লয়মেন্ট জেনেৰেচন আৰু ২ টা ক্ষুদ্ৰ খেতিয়কৰ বাবে।
- প্ৰধানমন্ত্ৰীৰ ধনজন আঁচনি দুখীয়াৰ বাবে ঘোষণা কৰা হৈছিল।