মোডী চৰকাৰৰ উপহাৰ! হ্ৰাস পালে কৰ্পৰেট টেক্স…

মোডী চৰকাৰৰ উপহাৰ! হ্ৰাস পালে কৰ্পৰেট টেক্স…

author-image
asomiyapratidin
New Update
আজি মোডী নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক জি এছ টি সন্মিলনত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোনো বিশেষ ঘোষণা নকৰিলেও বৈঠক আৰম্ভৱ হোৱাৰ পূৰ্বেই কৰ্পৰেট ইণ্ডিয়ালৈ আগবঢ়ালে এটা ডাঙৰ উপহাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ঘোষণা কৰি কয় যে বিত্তীয় বৰ্ষ ২০১৯-২০ বৰ্ষৰ পৰা কা্ৰ্যকৰী হব।