আন্দোলন অব্যাহত থাকিবইঃ চৰকাৰক হুংকাৰ কৃষকৰ…

আন্দোলন অব্যাহত থাকিবইঃ চৰকাৰক হুংকাৰ কৃষকৰ…

author-image
asomiyapratidin
New Update
আন্দোলন অব্যাহত থাকিবইঃ চৰকাৰক হুংকাৰ কৃষকৰ…

  • সিংঘু সীমান্তৰ উত্তেজনাৰ পিছত জাঙুৰ খাই উঠিছে কৃষক।
  • ইতিমধ্য উত্তৰ প্ৰদেশত গোট খাইছে হাজাৰ হাজাৰ কৃষক।
  • উত্তৰ প্ৰদেশৰ মুছফৰ নগৰত একত্ৰিত হৈছে কৃষকসকল।
  • মোডী চৰকাৰক হুংকাৰ চৰকাৰৰ।
  • কৃষকৰ আন্দোলন চলি থাকিব বুলি হুংকাৰ কৃষকৰ।
  • সিংঘু, তিক্ৰি আৰু গাজীপুৰ সীমান্তত গোট খোৱাৰ হুংকাৰ কৃষকৰ।
  • মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ভাগি পৰিছে কৃষক।