শুল্ক বৃদ্ধিৰ পাছত পেট্ৰ’ল-ডিজেলৰ মূল্য বাঢ়িছেনে…

শুল্ক বৃদ্ধিৰ পাছত পেট্ৰ’ল-ডিজেলৰ মূল্য বাঢ়িছেনে…

author-image
asomiyapratidin
New Update
আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পেট্ৰ'ল-ডিজেলত কোৰোনা ভাইৰাছৰ বাবে শুল্ক বৃদ্ধি কৰিলেও ইয়াৰ প্ৰভাৱ পৰা নাই খুচুৰা বিক্ৰীত।
  • চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১০ টকা আৰু ডিজেলত ১৩ টকাকৈ শুল্ক বৃদ্ধি কৰিছিল মঙলবাৰে।
  • বুধবাৰৰ পৰা এই শুল্ক প্ৰযোজ্য হৈছে।
  • শুল্ক বৃদ্ধিৰ ফলত পেট্ৰ'ল ডিপোসমূহত বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • উল্লেখ্য যে, কোৰোনা ভাইৰাছ সংক্ৰমণ হৈ থকাৰ সময়তে অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৫.৮৫ টকাকৈ বৃদ্ধি পাইছিল প্ৰতিলিটাৰ।
  • মহানগৰীৰ পেট্ৰ'লত প্ৰতিলিটাৰত বুধবাৰে ৭৭.৮২ টকা।
  • ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰত ৭০.৮৫ টকা।