প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা, ডিজেলত ১৩ টকা বৃদ্ধি হোৱা খবৰ কিমান সঁচা…

প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা, ডিজেলত ১৩ টকা বৃদ্ধি হোৱা খবৰ কিমান সঁচা…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • একাংশ সংবাদমাধ্যমত প্ৰতিলিটাৰ পেট্ৰ'লত ১৩ টকা বৃদ্ধি হোৱা বুলি প্ৰচাৰিত হৈছে খবৰ।
  • ডিজেলৰ মূল্যও প্ৰতিলিটাৰত ১০ টকাকৈ বৃদ্ধি পোৱা বুলি সম্প্ৰচাৰিত হৈছে বাতৰি।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে মহানগৰীৰ কেবাটাও ডিপোলৈ গৈ সংগ্ৰহ কৰিছে তথ্য।
  • শুল্কহে বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ।
  • মঙলবাৰে জাৰি কৰা নিৰ্দেশত বিত্ত বিভাগে স্পষ্ট কৰি দিছিল শুল্ক বাঢ়িলেও খুচুৰা বিক্ৰীত বৃদ্ধি নাপায় পেট্ৰ'ল-ডিজেলৰ মূল্য।