/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/inthebattlea.jpg)
ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনত পেট্ৰ'ল-ডিজেলৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বাহন চালক সকলৰ বাবে আছে এটা বেয়া খবৰ, অচিৰেই দেশত বৃদ্ধি পাব পাৰে পেট্ৰ'ল-ডিজেলৰ মৃল্য। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰিছে পেট্ৰ'ল-ডিজেলৰ আবকাৰী শুল্ক। প্ৰতিলিটাৰত ৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। প্ৰাপ্ত খবৰুনসৰি দুটকাৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে চৰকাৰে। গতিকে এনেদৰে শুল্ক বৃদ্ধিৰ পাচতে দেশত অচিৰেই পেট্ৰ'ল-ডিজেলৰ মূল্য বৃ্দ্ধি হোৱাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us