অর্থনীতি পূজাৰ বতৰত নিজৰ বাহনখন লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ… পূজাৰ বতৰত নিজৰ বাহনখন লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ… asomiyapratidin 06 Oct 2019 11:01 IST Follow UsNew Updateপূজাৰ বতৰত এটা ভাল খবৰ। ধাৰাবাহিকভাৱে চতুৰ্থদিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পাইছে ১৫ পইচাকৈ।ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পাইছে ১২ পইচাকৈ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক