নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা, ২ কোটি ভাৰতীয়ক ডিজিটেল শিক্ষা প্ৰদান

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা, ২ কোটি ভাৰতীয়ক ডিজিটেল শিক্ষা প্ৰদান

author-image
asomiyapratidin
New Update
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা, ২ কোটি ভাৰতীয়ক ডিজিটেল শিক্ষা প্ৰদান

  • নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা।
  • গৱেষণা আৰু শিক্ষাত অধিক গুৰুত্ব চৰকাৰৰ।
  • ৰাষ্ট্ৰীয় গৱেষণাত প্ৰকল্পৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ।
  • উচ্চ শিক্ষাৰ বাবে চৰকাৰে শিক্ষাৰ্থীক দিব অনুদান।
  • ২ কোটি ভাৰতীয়ক ডিজিটেল শিক্ষা প্ৰদান।
  • প্ৰতিদিনে ১৩৫ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে।
  • অন্নদাতাক শক্তিদাতালৈ ৰূপান্তৰ কৰাৰ লক্ষ্য।
  • স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৯.৬ কোটি শৌচালয় নিৰ্মাণ।
  • গাখীৰ উৎপাদন বৃদ্ধি কৰা হ'ব।
  • গাঁৱৰ প্ৰতিঘৰ লোকলৈ যোগান ধৰা হ'ব পানী।
  • দাইল উৎপাদনত ভাৰত স্বাৱলম্বী।
  • কৃষকক লৈ গঠন কৰিব ১০ হাজাৰ উৎপাদন গোট।
  • কৃষি ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ লক্ষ্য।
  • সৰিয়হ, তিলৰ উৎপাদন বৃদ্ধি।
  • ২৫৬ খন জিলাত জলশক্তি অভিযান চলাব চৰকাৰে।
  • গাখীৰ কিনা-বেচাৰ ক্ষেত্ৰত নতুন আঁচনি ল'ব চৰকাৰে।
  • ১৫৯২টা ব্লকত জলশক্তি অভিযান।
  • অসামৰিক বিমান পৰিবহন আৰু সংবাদ মাধ্যমত বিদেশী বিনিয়োগত অনুমোদন।
  • ১ লাখ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য।
  • গ্ৰামাঞ্চলত মৎস উৎপাদনৰ বাবে বিশেষ ব্যৱস্থা।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫ বছৰত ডেৰ কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য।
  • কৃষিৰ ক্ষেত্ৰত নতুন বিপ্লৱ আনিব চৰকাৰে।