ভাল খবৰঃ দাম কমিল ডিজেলৰ…

ভাল খবৰঃ দাম কমিল ডিজেলৰ…

author-image
asomiyapratidin
New Update
পঞ্চম দিনাও গ্ৰাহকলৈ সকাহ, হ্ৰাস পালে…

ডিজিটেল ডেস্কঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা জনতাক কিছু সকাহ প্ৰদান কৰি শুকুৰবাৰে কিছু পৰিমাণে হ্ৰাস পালে ডিজেলৰ মুল্য। দেশৰ বিভিন্ন ৰাজ্যত প্ৰতি লিটাৰত ১৫ৰ পৰা ১৭ পইচা পৰ্যন্ত ডিজেল দাম হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে পেট্ৰ্'লৰ মূল্য কোনো সালসলনি হোৱা নাই।