ঢেকিয়াজুলিত উপস্থিত হ’লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ঢেকিয়াজুলিত উপস্থিত হ’লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

author-image
asomiyapratidin
New Update
ঢেকিয়াজুলিত উপস্থিত হ’লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

  • ঢেকিয়াজুলিত উপস্থিত হ'লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • জনসভাখনত উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • বিশাল জনসভা সম্বোধন কৰিছে মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
  • প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে উন্নয়নৰ জখলাত বগাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, ৰঞ্জিত দত্ত উপস্থিত হৈছেহি।
  • উপস্থিত হৈছেহি মন্ত্ৰী পিযুষ হাজৰিকা, বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক্ ধৰি বহু কেইজন মন্ত্ৰী- বিধায়ক।