New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/246e677b-4dcb-4fdb-99e8-28521ff9940f.jpg)
- হ্ৰাস পালে সোণৰ মূল্য৷
- একেৰাহে তিনিদিন ধৰি সোণ মূল্য হ্ৰাস৷
- শুকুৰবাৰে প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৫০ টকাকৈ৷
- বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩২৪৫০ টকা৷
- ইয়াৰ বিপৰীতে বৃদ্ধি পালে ৰূপৰ মূল্য৷
- প্ৰতি কিলো ৰূপত বৃদ্ধি পালে ৫২৫ টকাকৈ৷
- বৰ্তমান প্ৰতিকিলো ৰূপৰ মূল্য ৩৮৬৫০ টকা৷