অর্থনীতি মুখ্য-পৃষ্ঠা সুখবৰঃ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য সুখবৰঃ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য asomiyapratidin 30 Nov 2018 20:12 IST Follow UsNew Updateহ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য ।ৰাজসাহাৰ্য্যকৃত চিলিণ্ডাৰৰ ৬.৫২ টকা হ্ৰাস ।আনহাতে ৰাজসাহাৰ্য্য বিহীন চিলিণ্ডাৰৰ মূল্য ১৩৩ টকা হ্ৰাস ।আই অ চি এলে বৃহস্পতিবাৰে বিয়লি কৰিলে এই ঘোষণা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক