সুখবৰ ! দাম কমিল ৰন্ধন গেছৰ…

সুখবৰ ! দাম কমিল ৰন্ধন গেছৰ…

author-image
asomiyapratidin
New Update
ভাল খবৰ! ১০০ টকাকৈ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য…

  • হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য।
  • ৰাজসাহায্যকৃত চিলিণ্ডাৰত হ্ৰাস পালে ১.৪৬ টকা।
  • আনহাতে ৰাজসাহাস্য নোহোৱা চিলিণ্ডাৰত হ্ৰাস পালে ৩০ টকাকৈ।
  • ইণ্ডিয়ান অইল কৰ্পাৰেচনে কৰিলে এই ঘোষণা।