New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/216ccfdb-8c27-4eb6-953e-4c3be621a4ec.jpg)
- দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আহিল এক ভাল খবৰ।
- যোৱা দুটা মাহে দেশৰ অৰ্থনীতি লেহেমীয়া গতিৰে আগবাঢিছে যদিও, ১ লাখ কোটিৰো অধিক জিএছটি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।
- মুঠ ১,০৩,৪৯২ কোটি টকা জিএছটি সংগ্ৰহ কৰিছে চৰকাৰে।
- উল্লেখ্য যে, চিজিএছটিৰ পৰিমান ১৯,৫৯২ কোটি, এছজিএছটি ২৭,১৪৪ কোটি আৰু আই জি এছ টি ৰাজহ সংগ্ৰহ কৰা হৈছে ৪৯,০২৮ কোটি টকা।
- লগতে ছেছ (উপকৰ) সংগ্ৰহ কৰা হৈছে ৭,৭২৭ কোটি টকা।