বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সকলো নাগৰিককে প্ৰতাৰণা কৰিলেঃ পি. চিদাম্বৰম…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সকলো নাগৰিককে প্ৰতাৰণা কৰিলেঃ পি. চিদাম্বৰম…

author-image
asomiyapratidin
New Update
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সকলো নাগৰিককে প্ৰতাৰণা কৰিলেঃ পি. চিদাম্বৰম…

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিডাম্বৰমে আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সোমবােৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমণৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, তেওঁ দেশৰ জনসাধাৰণক অন্যায় কৰিছে বুলি মন্তব্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ পূৰ্বে বাজেট সন্দৰ্ভত ইমান নিৰাশ হোৱা নাছিল।

Advertisment

উল্লেখ্য যে পূৰ্বৰ বিত্তমন্ত্ৰীজনে ৰাষ্ট্ৰীয় সংবাদমাধ্যমক কয় যে নিৰ্মলা সীতাৰমণে দেশৰ লোক প্ৰৱঞ্চনা কৰিছে। তেওঁ লগতে কয় যে বৰ্তমানৰ বিত্তমন্ত্ৰী গৰাকীয়ে ভাৰতৰ লোকসকল বিশেষকৈ দুখীয়া, শ্ৰমিক, কৃষক আৰু বিশেষকৈ বন্ধ হোৱা উদ্যোগিক আৰু নিৱনুৱা সকলক প্ৰতাৰণা কৰিলে।

তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ ভাষণ শুনি থকা লোক সকলৰ সমূখতে তেওঁ জনসাধাৰণক প্ৰতাৰণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে প্ৰেট্ৰল ডিজেলৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰে সকলো সাধাৰণ লোককে মাধমাৰ শোধাব।