New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/budget-2019-1200x496.png)
- হাতত বাজেেটৰ ব্ৰীফকেছ লৈ লোকসভাত প্ৰৱেশ বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলৰ।
- আজি উত্থাপন কৰা হ'ব কেন্দ্ৰীয় অন্তৱৰ্তীকালীন বাজেট।
- বাজেটত বিজেপিৰ 'সবকা সাথ সবকা বিকাশ' পৰিস্ফুট বুলি মন্তব্য বিজেপিৰ।
- ২০১৯ৰ বাজেটে সুখবৰ আনিব পাৰে দৰিদ্ৰ লোকসকলৰ প্ৰতি।
- কৃষক আৰু নিবনুৱাক লৈ লোভনীয় ঘোষণা কৰাৰ সম্ভাৱনা।
- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিব পদক্ষেপ।
- ১১ বজাত লোকসভাত উত্থাপন কৰা হ'ব বাজেট।
#WATCH Finance Minister Piyush Goyal arrives at the Parliament with the #Budget briefcase. He will present the interim #Budget 2019-20 at 11 am #Budget2019pic.twitter.com/4sCsHZUCBI
— ANI (@ANI) February 1, 2019