New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/How-to-pick-the-Best-Home-Loan-scheme-in-Your-City.jpg)
- সংসদত ধ্বনিমতত গৃহীত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট।
- শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে এই বাজেট।
- প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰূপে এই বাজেট দাখিল কৰে নিৰ্মলা সীতাৰমণে।
- বিত্তমন্ত্ৰীগৰাকীৰ বাজেট ভাষণৰ পিছতে সোমবাৰলৈ স্থগিত লোকসভাৰ কামকাজ।
- উল্লেখ্য যে, ২০১৯ৰ বাজেটে কেইবাটাও ভাল খবৰৰ লগতে বেয়া খবৰো কঢ়িয়াইছে।