New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/5ec2a572-edd3-44e0-843d-b1cbbdebcf4f.jpg)
- বছৰি ৫ লাখ টকালৈ উপাৰ্জন হ'লে দিব নালাগে আয়কৰ।
- আয়কৰ দিওতে ব্যৱহাৰ কৰিব পাৰিব পান কাৰ্ড আৰু আধাৰ কাৰ্ড।
- বেংকৰ পৰা বছৰত ১ কোটিতকৈ অধিক টকা উলিয়ালে ভৰিব লাগিব ২ শতাংশ টিডিএছ।
- ২-৫ কোটি টকা আয় কৰা সকলে অতিৰিক্ত ৩ শতাংশ কৰ ভৰিব লাগিব।
- বছৰি ৫ কোটিৰো অধিক আয় কৰা সকলে ভৰিব লাগিব অতিৰিক্ত ৭ শতাংশ আয়কৰ।
- শুল্কৰ নীতিৰ ক্ষেত্ৰতো হ'ব সালসলনি।