New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/8ba32461-ae29-43d0-9ff3-921a840f5441.jpg)
- দিব্যাংগ লোকৰ বাবে বিশেষ মুদ্ৰা প্ৰৱৰ্তন।
- দেশৰ কৰদাতা সকলক শুভেচ্ছা বিত্তমন্ত্ৰীৰ।
- দেশৰ বিকাশত ভূমিকা আছে এই কৰদাতা সকলৰ।
- তেনে কৰদাতা সকলক ধন্যবাদ জ্ঞাপন কৰিলে বিত্তমন্ত্ৰীয়ে।
- দেশৰ বাজেটৰ ঘাটি ৫ শতাংশ হ্ৰাস পাইছে।
- ৪০০ কোটি টকালৈকে লেন দেন কৰা কোম্পানী সমূহৰ কোৰ্পাৰেট টেক্স হ'ব ২৫ শতাংশ।
- যোৱা ৫ বছৰত প্ৰত্যক্ষ কৰ বৃদ্ধি পাইছে ৭৮ শতাংশ।
- ইলেক্ট্ৰিক গাড়ীৰ জি এছটিত ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
- বছৰি ৫ লাখৰ তলৰ উপাৰ্জনকাৰী সকলে দিব নালাগে আয়কৰ।