/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/bubu.jpg)
ডিজিটেল ডেস্কঃ কিছুসময়ৰ পাছতে লোকসভাত দাখিল কৰা হ'ব মোডী চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট। ইতিমধ্যে সংসদৰ মজিয়াত উপস্থিত হৈছেহি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D-rvNqkW4AADjlQ.jpg)
পুৱা ১১ বজাত দাখিল কৰিব লগীয়া এই বাজেট পুৰণি পৰম্পৰাৰে কোনো ব্ৰীফকেছত অনা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ৰঙা ৰঙৰ এটা কাপোৰৰ বেগত অনা হৈছে বাজেট-২০১৯।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D-rvMweWsAABsvU.jpg)
এই বাজেটক এইবাৰ নাম দিয়া 'দেশ কা বহিখাতা'। ইতিমধ্যে সংবাদমাধ্যমক দেখুওৱা বাজেটৰ ৰঙা বেগটোৰ ওপৰত আছে অশোক চিহ্ন।
#WATCH Delhi: Finance Minister Nirmala Sitharaman and MoS Finance Anurag Thakur arrive at the Parliament. #Budget2019pic.twitter.com/vry6cs1caO
— ANI (@ANI) July 5, 2019