New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/budget-2019-1200x496.png)
- আজি দাখিল কৰা হ'ব মোডী চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট।
- বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে আজি দিনৰ ১১ বজাত সংসদত দাখিল কৰিব বাজেট।
- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত কেইবাটাও লোভনীয় প্ৰস্তাৱৰ সম্ভাৱনা।
- কৃষক আৰু নিবনুৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে এই বাজেটত।
- বাজটেত হ্ৰাস কৰিব পাৰে আয়কৰৰ বোজা।
- ইতিমধ্যে সংসদত উপস্থিত হৈছে পীয়ুষ গোৱেল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us