New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/gold3-ktUB-621x414@LiveMint.jpg)
- বুধবাৰে বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য।
- প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৮৭ টকাকৈ।
- বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছেগৈ ৩৮,৮৪২ টকা।
- ইফালে মূল্য বৃদ্ধি পালে ৰূপৰো।
- প্ৰতি কেজি ৰূপত বাঢ়িল ৪৫০ টকাকৈ।
- বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য হৈছেগৈ ৪৭,২২০ টকা।