New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/agrani-batory.jpg)
- পাঠশালাত প্রশাসনৰ উদ্যোগত আয়োজন বিশেষ সভা।
- বুধবাৰে আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰা হয় বজালী জিলাক।
- মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সম্পন্ন হ'ব এই কাৰ্য।
- পূৰ্বতে বৰপেটা জিলাত অন্তৰ্গত আছিল বজালী।
- ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত বজালীক জিলা হিচাপে ৰুপ দিয়াৰ কথা ঘোষণা কৰিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us