অর্থনীতি অসম অসমত আজিৰে পৰা বন্ধ বেইলী কোম্পানীৰ পেকেজিং বটল অসমত আজিৰে পৰা বন্ধ বেইলী কোম্পানীৰ পেকেজিং বটল asomiyapratidin 18 Jan 2019 18:50 IST Follow UsNew Updateৰাজ্যত আজিৰে পৰা বন্ধ হ'ব বেইলী কোম্পানীৰ পেকেজিং বটল।৩০ দিনৰ বাবে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ থাকিব ৰাজ্যত।কেইবাটাও বিসংগতি ধৰা পৰা পিছতে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ ৰখাৰ সিদ্ধান্ত খাদ্য আৰু যোগান বিভাগৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক