বাজেটত বেয়া খবৰঃ বেংকৰ পৰা ধন উলিয়ালে ভৰিব লাগিব…

বাজেটত বেয়া খবৰঃ বেংকৰ পৰা ধন উলিয়ালে ভৰিব লাগিব…

author-image
asomiyapratidin
New Update
বাজেটত বেয়া খবৰঃ বেংকৰ পৰা ধন উলিয়ালে ভৰিব লাগিব…

ডিজিটেল ডেস্কঃ ভাল খবৰৰ লগতে আহিছে বেয়া খবৰো এইবাৰ বাজেটত। বেংকৰ পৰা আপোনাৰ জমাধন উলিয়াব লাগিলে ভৰিব লাগিব ধন। এবছৰত ১ কোটিতকৈ ওপৰৰ টকা বেংকৰ পৰা উলিয়ালে দিব লাগিব আপুনি ২ শতাংশ টিডিএছ।

১ কোটি টকা বেংকৰ পৰা উলিয়াবলৈ হ'লে আপুনি ভৰিব লাগিব ২ শতাংশ টিডিএছ অৰ্থাৎ ২ লাখ টকা।