New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/ৱহিুাূ-parliament-1.jpg)
প্ৰতীকি ফটো
- বৃহস্পতিবাৰ অর্থাৎ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন।
- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিভাষণ প্ৰদান কৰিব অধিৱেশনৰ প্ৰথম দিনা দুয়ো সদনৰ সংযুক্ত বৈঠকত।
- বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন বাজেট।
- ১৩ ফেব্ৰুৱাৰীত অন্ত পৰিব সংসদৰ বাজেট অধিৱেশন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us