এইবাৰ আৰক্ষীত কণিষ্টবল নিযুক্তিত কেলেংকাৰী…

এইবাৰ আৰক্ষীত কণিষ্টবল নিযুক্তিত কেলেংকাৰী…

author-image
asomiyapratidin
New Update
এইবাৰ আৰক্ষীত কণিষ্টবল নিযুক্তিত কেলেংকাৰী…

  • এছআই কেলেংকাৰীৰ পিছতো পুনৰ কেলেংকাৰীৰ আঙুলি উঠিছে আৰক্ষী কণিষ্টবল নিযুক্তিত।
  • ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰিলে দিব্যজ্যোতি দাস নামৰ এজনক।
  • নগাঁৱৰ পৰা গ্রেপ্তাৰ দিব্যজ্যোতি দাসক।
  • প্রাৰ্থীৰ পৰা ১.৫ লাখ টকা লোৱাৰ অভিযোগ।
  • ক্রাইম ব্রাঞ্চত ৰুজু হৈছিল ৫টাকৈ গোচৰ।
  • ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ দিব্যজ্যোতি দাসক।
  • নৱম আৰক্ষী বেটেলিয়নৰ জোৱান আছিল দিব্যজ্যোতি দাস।
  • উল্লেখ্য যে পূৰ্বেও চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল দিব্যজ্যোতি দাসক।