অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৫ টকাকৈ বৃদ্ধি…

অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৫ টকাকৈ বৃদ্ধি…

author-image
asomiyapratidin
New Update
আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।
  • প্ৰতিলিটাৰ পেট্ৰ'ল, ডিজেলত প্ৰায় ৫ টকাকৈ বৃদ্ধি।
  • ভেট বৃদ্ধিৰ জৰিয়তে ৰাজকোষ টনকিয়াল কৰাৰ চেষ্টা।
  • মঙলবাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ।
  • মেঘালয় চৰকাৰেও বৃদ্ধি কৰিলে পেট্ৰ'ল, ডিজেলৰ মূল্য।
  • কোৰোনা সংকটৰ কাৰণে উদ্ভৱ হোৱা বিত্তীয় সমস্যাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত।
  • উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে দ্ৰুতগতিত অৱনমিত হৈছে খাৰুৱা তেলৰ মূল্য।
  • সোমবাৰে প্ৰতি বেৰেলত মাইনাছ ৩৭ডলাৰৰ তললৈ নামিছিল খাৰুৱা তেলৰ মূল্য।
  • গুৱাহাটীত পেট্ৰ'লৰ মূল্য ৭১.৬১ টকা আৰু ডিজেলৰ মূল্য ৬৫.০৭ টকা।