অসম-মিজোৰাম সীমান্তত জাতীয় সংগঠনৰ পথ অৱৰোধ…

অসম-মিজোৰাম সীমান্তত জাতীয় সংগঠনৰ পথ অৱৰোধ…

author-image
asomiyapratidin
New Update
অসম-মিজোৰাম সীমান্তত জাতীয় সংগঠনৰ পথ অৱৰোধ…

  • অসমত মিজোৰামৰ দুৰ্বিত্তই সংঘটিত কৰিছিল তাণ্ডৱ।
  • অসম সীমান্তৰ ৫৪ টা ঘৰ জলাই দিছিল মিজো দুৰ্বিত্তই।
  • এই লৈ ঘাড়মূৰত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে বিভিন্ন জাতীয় সংগঠনে।
  • ৰাইজ আৰু এজেৱাইচিপিকে ধৰি কেইবাটাও দল-সংগঠনে সাৱস্ত্য কৰিছে উত্তাল প্ৰতিবাদ।
  • অনিৰ্দিষ্টকালৰ বাবে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে দল-সংগঠনে।
  • ধলেশ্বৰী ভৈৰৱী পৰ্যন্ত অৱৰোধ কৰা হৈছে পথ।
  • উল্লেখ্য যে সীমান্ত এলেকা কচুৰ থলত ঘৰ কেইটা জ্বলাই দিছিল মিজো দুৰ্বিত্তই।
  • বৰ্তমানেও উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অঞ্চলটোত।