বৃদ্ধি পালে অমুল গাখীৰৰ মূল্য…

বৃদ্ধি পালে অমুল গাখীৰৰ মূল্য…

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে অমুল গাখীৰৰ  মূল্য…

  • বৃদ্ধি পালে অমুল গাখীৰৰ মূল্য।
  • প্ৰতিলিটাৰ/কেজি গাখীৰত বৃদ্ধি পালে ২ টকাকৈ।
  • মঙলবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ।
  • অমুলৰ পৰিচালন সঞ্চালকে কৰিলে এই ঘোষণা।