/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/aadhar_indiatvpaisa-860x508.jpg)
ডিজিটেল ডেস্কঃ প্ৰৱাসী ভাৰতীয় সকলৰ বাবে এটা ভাল খবৰ। যিসকল প্ৰৱাসী ভাৰতীয়ৰ ভাৰতীয় পাৰপত্ৰ আছে তেওঁলোকে লাভ কৰিব আধাৰ কাৰ্ড। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই কথা জানিবলৈ দিয়ে।
অৱশ্যে ভাৰতলৈ ঘূৰি অহাৰ পাছতহে তেওঁলোকে এই আধাৰ কাৰ্ড লাভ কৰিব। বিত্তমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে সকলো আঁচনিৰ সুবিধা লাভ কৰিবলৈ আধাৰ কাৰ্ড হ'ব বাধ্যতামূলক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us